
'টো', 'তো', 'টা', 'টি' আদিৰ কথাঃ
আজি আপোনালোকলৈ 'টো' আৰু 'তো'-ৰ বিষয়ে দুটামান কথা আগবঢ়াইছোঁ । বেছি দীঘল নকৰোঁ, চুটিকৈয়ে ক'ম । ১। তোমাকতো /তোমাকটো মই কথাটো কৈছিলোঁ। ২। জীৱনটো/ জীৱনতো ক্ষণস্থায়ী । ৩। সেইটোতো/ সেইতোটো ডাঙৰ কথাই হ'ল ! ৪। মইতো/ মইটো আগতেই জানিছিলোঁ । ৫। তইতো…
Read story

