Assamese

The Oxygen Times

Assamese

54 stories

কমল বৰাৰ ইটো সিটো

কমল বৰাৰ ইটো সিটো

কমল বৰাৰ ইটো সিটো শ্ৰী মহিম আচাৰ্য্য, তেজপুৰ দুপৰীয়াৰ সময়।আহাৰ মাহৰ গৰম।কেবাদিন ধৰি বৰষুণৰ দেখা দেখি নাই। ৰ'দ বৰ চোকা খাওঁ খাওঁ মূৰ্তি ।।বাৰিচুকত থকা কঠাল জোপাৰ তলতে কমল বৰাৰ অস্থায়ী সিংহাসন।কিছুসময় ৰ'দত কাম কৰাৰ পাচত তাতেই ক্ষন্তেক জিৰনী …

Read story
ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা

ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা

ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা সাৱধানবাণী পূব, পশ্চিম, উত্তৰ, দক্ষিণ- ওপৰে তলে -- চৌদিশে-- যতেই নাথাকক কিয় মোৰ অগোচৰে নিচেই কাষত নতুবা আঁতৰত যতেই বিচৰণ নকৰক কিয় মোৰ অনিষ্ট বিচৰাজনক মুকলি প্ৰত্যাহ্বান হুচিয়াৰ! হুচিয়াৰ…

Read story
"যোগীঘোপাৰ কাগজ কলৰ দূৰৱস্থা"(এটি ভ্ৰমণ অভিজ্ঞতা)

"যোগীঘোপাৰ কাগজ কলৰ দূৰৱস্থা"(এটি ভ্ৰমণ অভিজ্ঞতা)

"যোগীঘোপাৰ কাগজ কলৰ দূৰৱস্থা"(এটি ভ্ৰমণ অভিজ্ঞতা) ৰিজু দেৱী, ঢেকিয়াজুলি, অসম ১৯৭০ খৃষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে বৰ্তমান বঙাইগাওঁ জিলাৰ যোগীঘোপাত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আধাৰশিলা স্থাপনকৰা অশোক কাগজ কলৰ দূৰৱস্থা নিজ চকুৰে দে…

Read story
মহাসংকট কাল

মহাসংকট কাল

মহাসংকট কাল ৰাজীৱ শর্মা, অধিবক্তা, ওদালগুৰি এবাৰ ইফালে এবাৰ সিফালে ঘনে ঘনে মোৰ দুচকু বন্ধ ঘৰৰ চাৰিবেৰত খুন্দা খাই অ'ত ত'ত চিটিকি পৰিছে। সিঁচৰতি সপোনবোৰ দুহাতত বুটলিছোঁ। বাহিৰত ধুমুহাৰ তাণ্ডৱ মহাসংকট কাল। তথাপি বেদনাক্লিষ্ট বুকুত আছে অফুৰন্…

Read story
অসমৰ লোকবাদ্য ঢোল : এক অৱলোকন

অসমৰ লোকবাদ্য ঢোল : এক অৱলোকন

cybersinc.com - অসমৰ লোকবাদ্য ঢোল : এক অৱলোকন শ্ৰীমহেন্দ্ৰ কুমাৰ নাথ , তেজপুৰ ‘ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে বহি বৈ আছিলো তাঁত টোপোলাৰ সেন্দূৰ টোপোলাতে থাকিলে খাবলৈ নহলে ভাত৷’ ঢোলে ছেৱে ছেৱে কঢ়িয়াই আনে ছন্দ,অবিশ্ৰান্ত সিঁচি যায় কৃষ্টিৰ …

Read story
অভ্যাস গঠনৰ বাবে কিমান দিন ?

অভ্যাস গঠনৰ বাবে কিমান দিন ?

অভ্যাস গঠনৰ বাবে কিমান দিন ? ড০ নিৰ্মলা দেবী গুৱাহাটী সমগ্র ভাৰতবৰ্ষত কৰ'না মহামাৰীৰ আৰম্ভণিত প্ৰতিৰোধৰ প্রথম উপায় হিচাপে ২১ দিনৰ সৰ্বাত্মক লকডাউন বা আন কথাত গৃহ বন্দিত্ব ঘোষণা কৰা হৈছিল। সেই সময়তে বিভিন্ন সামাজিক মাধ্যমত প্রকাশিত একাধিক…

Read story
অভিনৱ সপোনবোৰ

অভিনৱ সপোনবোৰ

অভিনৱ সপোনবোৰ ড০ নিৰ্মলা দেৱী গুৱাহাটী ১৮৬৯ চনত ৰাছিয়ান ৰসায়ন বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলিভে পিৰিঅ'ডিক টেবুল বা পৰ্যাবৃত্ত তালিকাৰ প্রকাশ কৰিছিল। ২০১৯ চনত এই আৱিষ্কাৰৰ ১৫০ বছৰ হ’ ল। IUPAC - য়ে ২০১৯ চনটোক ৰসায়ন মৌলবোৰেৰে গঠিত পিৰিঅ'ডিক টে…

Read story
ড০ নিৰ্মলা দেৱীৰ কিতাপ ‘লক্ষ্য এক মনুষ্যত্ব’ ৰ পৰা : ‘অগ্ৰাধিকাৰেই মানুহ গঢ়ে’

ড০ নিৰ্মলা দেৱীৰ কিতাপ ‘লক্ষ্য এক মনুষ্যত্ব’ ৰ পৰা : ‘অগ্ৰাধিকাৰেই মানুহ গঢ়ে’

ড০নিৰ্মলা দেৱীৰ কিতাপ ‘লক্ষ্য এক মনুষ্যত্ব’ ৰ পৰা : ‘অগ্ৰাধিকাৰেই মানুহ গঢ়ে’ ড০ নিৰ্মলা দেৱী গুৱাহাটী 'Snooze' শব্দৰ অসমীয়া পৰিভাষা সঠিককৈ পোৱা কঠিন যদিও আভিধানিক অৰ্থত তন্ত্ৰাৱস্থা, অল্পনিদ্ৰা, ঘুমটি আদি বুলিলেও কিছু স্পষ্ট হয় অনুমান কৰ…

Read story
ন সূৰুযৰ সন্ধানত

ন সূৰুযৰ সন্ধানত

ন সূৰুযৰ সন্ধানত প্ৰণিতা চহৰীয়া প্ৰবক্তা,অসমীয়া বিভাগ ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয় ঢেকিয়াজুলি, শোণিতপুৰ অসম শৈশৱ মনে বিচাৰে আজি মোৰ হেৰুওৱা শৈশৱৰ দিনবোৰ ক’ত এৰি আহিলোঁ মই প্ৰাণ খোলা হাঁহিবোৰ আকৌ ঘূৰাই পাব বিচাৰো শান্তিৰ টোপনিৰ আঁচলখ…

Read story